এয়া আমাৰ আত্মবিশ্বাসৰ জয়ঃ সংবাদ মাধ্যমক কি কলে বিৰাট কোহলীয়ে, চাওক VIDEO

এয়া আমাৰ আত্মবিশ্বাসৰ জয়ঃ সংবাদ মাধ্যমক কি কলে বিৰাট কোহলীয়ে, চাওক VIDEO

ডিজিটেল ডেস্কঃ দেওবাৰৰ পৰা চলি থকা কাউন্ট-ডাউনৰ শেষত সোমবাৰে চতুৰ্থ খন টেষ্ট ড্ৰ' ঘোষণা কৰা হ'ল। প্ৰথম বাৰৰ বাবে অষ্ট্ৰেলিয়াৰ গৃহভূমিত শৃংখলা দখল কৰিলে ভাৰতে। এই জয়ৰ পাছতে সংবাদমেল সম্বোধন কৰিলে টীম অধিনায়ক বিৰাট কোহলী আৰু প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। বিৰাটে কলে এই জয় সম্ভৱ হৈছে দলৰ সকলোৱে প্ৰদৰ্শন কৰা উন্নত খেলৰ জৰিয়তে। সংবাদ মেলত আৰু কি কলে বিৰাটে, চাওক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in