শেহতীয়া খবৰ
অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  হাৰিয়ানাত চিআৰপিএফৰ ৮০ সংখ্যক বাৰ্ষিক অধিবেশন...  •  আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি  •  নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

এয়া আমাৰ আত্মবিশ্বাসৰ জয়ঃ সংবাদ মাধ্যমক কি কলে বিৰাট কোহলীয়ে, চাওক VIDEO

629

ডিজিটেল ডেস্কঃ দেওবাৰৰ পৰা চলি থকা কাউন্ট-ডাউনৰ শেষত সোমবাৰে চতুৰ্থ খন টেষ্ট ড্ৰ’ ঘোষণা কৰা হ’ল। প্ৰথম বাৰৰ বাবে অষ্ট্ৰেলিয়াৰ গৃহভূমিত শৃংখলা দখল কৰিলে ভাৰতে। এই জয়ৰ পাছতে সংবাদমেল সম্বোধন কৰিলে টীম অধিনায়ক বিৰাট কোহলী আৰু প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। বিৰাটে কলে এই জয় সম্ভৱ হৈছে দলৰ সকলোৱে প্ৰদৰ্শন কৰা উন্নত খেলৰ জৰিয়তে। সংবাদ মেলত আৰু কি কলে বিৰাটে, চাওক ভিডিঅ’-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি