অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা
  • অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা।
  • প্ৰবীণ ক্ৰীড়াবিদ, অৰ্জুন বঁটাপ্ৰাপক গৰাকীক এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • ৯ ফেব্ৰুৱাৰীৰ দিনৰ ১২ বজাত বঙাইগাঁৱৰ আইটিআই ফিল্ডত 'বীৰ চিলাৰায় দিৱস'ৰ সৈতে সংগতি ৰাখিআয়োজন কৰা এক অনুষ্ঠানত বঁটা প্ৰদান কৰা হ'ব।
  • বঁটাত আছে নগদ ৩ লাখ টকা।
  • ইয়াৰ লগতে আছে প্ৰশস্তি পত্ৰ আৰু এখন অংগ বস্ত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in