বজালীত বীৰ চিলাৰায় দিৱস পালন, উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বজালীত বীৰ চিলাৰায় দিৱস পালন, উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
  • বজালীৰ অকয়াৰ ন পুৰিয়া পথাৰত বীৰ চিলাৰায় দিৱস পালন।
  • অসম সাংস্কৃতিক সঞ্চালকালয় আৰু বৰপেটা প্ৰশাসনৰ উদ্যোগত ন পুৰিয়া পথাৰৰ বীৰ চিলাৰায় ক্ষেত্ৰত পালন বীৰ চিলাৰায় দিৱস।
  • অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত্‍ দাস, বিধায়ক পবিন্দ্ৰ ডেকাসহ বহুকেইজন বিশিষ্ট ব্যক্তি।
  • অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নকামী আঁচনিৰ বিষয়ে বৰ্ণনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
  • বজালীৰ দৈশিংগৰী গাঁৱত চিলাৰায় ভৱন নিৰ্মাণৰ বাবে ১০ লাখ টকাৰ অনুদান ঘোষণা।
  • অকয়া সত্ৰ উন্নয়নৰ বাবে ঘোষণা কৰিলে ২৫ লাখ টকাৰ অনুদান।
  • সকলোকে কঠোৰ শ্ৰম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in