গোৱাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ বুজ ল’লে সেনা প্ৰধান বিপিন ৰাৱটে

গোৱাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ বুজ ল’লে সেনা প্ৰধান বিপিন ৰাৱটে
  • বৃহস্পতিবাৰে গোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে সেনা প্ৰধান বিপিন ৰাৱটে।
  • মুখ্যমন্ত্ৰীগৰাকী দীৰ্ঘসময়ৰ পৰা অসুস্থ হৈ আছে।
  • মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ স্বাস্থ্যৰ খবৰ ল'বলৈ সাক্ষাৎ কৰিছিল সেনা প্ৰধান গৰাকীয়ে।
  • সেনা প্ৰধান ৰাৱটে কয়- 'মই তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহিছিলো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in