শেহতীয়া খবৰ
ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  কলিয়াবৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত...  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  ঘৰৰ মজিয়াত ওলাল ঘৰিয়াল, তাৰ পিছত...  •  ঢকুৱাখনাৰ চাৰিকৰীয়া নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

বাইকত অহা দুৰ্বৃত্তই দলিয়াই থৈ গৈছিল চিৰিয়াখানাত গ্ৰেণেড…

224

ডিজিটেল ডেস্কঃ চিৰিয়াখানাৰ সমীপত থকা চেন্ট্ৰেল মলৰ পদপথত সংঘটিত গ্ৰেণেড বিস্ফোৰণত এতিয়ালৈকে দুজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।

এই বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, বাইকত অহা দুজন লোকে গ্ৰেণেডটো দলিয়াই থৈ গৈছিল।উল্লেখযোগ্য যে, সেই সময়তে চেন্ট্ৰেল মলৰ কিছু আগলৈ তালাচী চলাই আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি