গুৱাহাটী অভিমুখী বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাত পতিতঃ বহু যাত্ৰী আহত…

গুৱাহাটী অভিমুখী বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাত পতিতঃ বহু যাত্ৰী আহত…
  • উৰুকাৰ দিনটোতেই ভয়ংকৰ ৰে'ল দুৰ্ঘটনা।
  • জলপাইগুৰিত সংঘটিত হৈছে এই ৰে'ল দুৰ্ঘটনাত।
  • ৰাজস্থানৰ পৰা গুৱাহাটী বিকানেৰ এক্সপ্ৰেছ পতিত হৈছে দুৰ্ঘটনাত।
  • এই দুৰ্ঘটনাৰ ফলত ৰে'ল খনৰ কেইবাটাও দবা বাগৰি পৰিছে।
  • প্ৰাথমিকখবৰ অনুসৰি ৰে'লখনত থকা বহু যাত্ৰী আহত হৈছে।
  • ৰেল বিভাগে মুকলি কৰিছে হেল্প লাইন নম্বৰ
  • নম্বৰ কেইটা হৈছে-
  • 9002041951
  • 9002041955
  • 9002041952
  • 06452230692

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in