Published on:
Updated on:
- উৰুকাৰ দিনটোতেই ভয়ংকৰ ৰে'ল দুৰ্ঘটনা।
- জলপাইগুৰিত সংঘটিত হৈছে এই ৰে'ল দুৰ্ঘটনাত।
- ৰাজস্থানৰ পৰা গুৱাহাটী বিকানেৰ এক্সপ্ৰেছ পতিত হৈছে দুৰ্ঘটনাত।
- এই দুৰ্ঘটনাৰ ফলত ৰে'ল খনৰ কেইবাটাও দবা বাগৰি পৰিছে।
- প্ৰাথমিকখবৰ অনুসৰি ৰে'লখনত থকা বহু যাত্ৰী আহত হৈছে।
- ৰেল বিভাগে মুকলি কৰিছে হেল্প লাইন নম্বৰ
- নম্বৰ কেইটা হৈছে-
- 9002041951
- 9002041955
- 9002041952
- 06452230692
Code:
Asomiya Pratidin
www.asomiyapratidin.in