শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

গুৱাহাটী অভিমুখী বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাত পতিতঃ বহু যাত্ৰী আহত…

  • উৰুকাৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
  • জলপাইগুৰিত সংঘটিত হৈছে এই ৰে’ল দুৰ্ঘটনাত।
  • ৰাজস্থানৰ পৰা গুৱাহাটী বিকানেৰ এক্সপ্ৰেছ পতিত হৈছে দুৰ্ঘটনাত।
  • এই দুৰ্ঘটনাৰ ফলত ৰে’ল খনৰ কেইবাটাও দবা বাগৰি পৰিছে।
  • প্ৰাথমিকখবৰ অনুসৰি ৰে’লখনত থকা বহু যাত্ৰী আহত হৈছে।
  • ৰেল বিভাগে মুকলি কৰিছে হেল্প লাইন নম্বৰ
  • নম্বৰ কেইটা হৈছে-
  • 9002041951
  • 9002041955
  • 9002041952
  • 06452230692