‘সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’

‘সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’
  • সংসদৰ চলিত শীতকালীন অধিৱেশনত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬।
  • দিল্লীত সংবাদ মাধ্যমত এই মন্তব্য সাংসদ বিজয়া চক্ৰৱৰ্তীৰ।
  • অসম চুক্তিক লৈও সংবাদ মাধ্যমত গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ।
  • অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাৰ দাবী সাংসদগৰাকীৰ।
  • অসমৰ পৰিৱেশ পৰিস্থিতিলৈ চাই সংশোধিত ৰূপত নাগৰিকত্ব সংশোধনী বিধেয়ক ৰূপায়ণৰ পোষকতা কৰে সাংসদ গৰাকীয়ে।
  • মঙলবাৰে লোকসভাৰ মজিয়াত নিয়ম ৩৭৭ৰ অধীনত এই দাবী উত্থাপন কৰে সাংসদগৰাকীয়ে।‍
  • উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in