শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

বিহুক লৈ নিৰ্ধাৰণ কৰা বিশেষ নিৰ্দেশনাক লৈ লতাশিলত প্ৰতিবাদ…

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে বিহুক লৈ নিৰ্ধাৰণ কৰা বিশেষ নিৰ্দেশনাক লৈ দেওবাৰে সদৌ অসম বিহু সমন্বয়ৰক্ষী সমিতি আৰু সদৌ গুৱাহাটী বিহু সমন্বয় ৰক্ষী সমিতিৰ নেতৃত্বত বিহু কমিটিসমূহে প্ৰতিবাদ সাব্যস্ত কৰে।

বিহু কমিটিসমূহে দাবী কৰে যে, চৰকাৰে দিয়া নিৰ্দেশনা বাতিল কৰিব লাগে। গছত উঠাই গুৰি কাটিব বিচাৰিছে চৰকাৰে। চৰকাৰে নিজ দায়িত্বৰ পৰা পলাব খুজিছে বুলিও ক্ষোভ উজাৰে বিহু কমিটিসমূহে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি