বিহুক লৈ নিৰ্ধাৰণ কৰা বিশেষ নিৰ্দেশনাক লৈ লতাশিলত প্ৰতিবাদ…

বিহুক লৈ নিৰ্ধাৰণ কৰা বিশেষ নিৰ্দেশনাক লৈ লতাশিলত প্ৰতিবাদ…

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে বিহুক লৈ নিৰ্ধাৰণ কৰা বিশেষ নিৰ্দেশনাক লৈ দেওবাৰে সদৌ অসম বিহু সমন্বয়ৰক্ষী সমিতি আৰু সদৌ গুৱাহাটী বিহু সমন্বয় ৰক্ষী সমিতিৰ নেতৃত্বত বিহু কমিটিসমূহে প্ৰতিবাদ সাব্যস্ত কৰে।

বিহু কমিটিসমূহে দাবী কৰে যে, চৰকাৰে দিয়া নিৰ্দেশনা বাতিল কৰিব লাগে। গছত উঠাই গুৰি কাটিব বিচাৰিছে চৰকাৰে। চৰকাৰে নিজ দায়িত্বৰ পৰা পলাব খুজিছে বুলিও ক্ষোভ উজাৰে বিহু কমিটিসমূহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in