শেহতীয়া খবৰ
ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

বিহুৰ দিনাই আৰক্ষীৰ এনকাউন্টাৰঃ আহত এ টি এম চোৰ ‘জনী’

  • বিহুৰ দিনাই গোৱালপাৰাত এ টি এম চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।
  • ভৰিত গুলী লাগিছে ATM চোৰটোৰ।
  • নয়াপাৰাত সংঘটিত হৈছে এই ঘটনা।
  • আহত চোৰটোৰ নাম মুছাদ্দিৰ হুচেইন ওৰফে জনী।
  • নিজ ঘৰৰ পৰা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল জনী
  • তেতিয়াই আৰক্ষীক দাৰে আক্ৰমণ কৰে ATM চোৰটোৱে
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি