শেহতীয়া খবৰ
৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...

বিহাৰত দুৰ্বৃত্তৰ গুলীচালনাত নিহত গৃহৰক্ষী জোৱান…

29
  • বিহাৰত দুৰ্বৃত্তৰ গুলীত নিহত এজন গৃহৰক্ষী জোৱান।
  • ৩ দুৰ্বৃত্তই বৃহস্পতিবাৰে পুৱা ভাগত সংঘটিত কৰিছিল এই ঘটনা।
  • ইফালে, সংকটজনক অৱস্থাত এজন চিকিৎসালয়ত ভৰ্তি।
  • বিহাৰৰ বৈশালী জিলাত সংঘটিত হয় এই ঘটনা।
  • বৰ্তমানলৈ আৰক্ষীয়ে চিনাক্ত কৰিব পৰা দুৰ্বৃত্ত কেইটাক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি