বিহাৰত মাওবাদীৰ আক্ৰমণ, নিহত ২

  • বিহাৰৰ মানদানপুৰ চানানত মাওবাদীৰ আক্ৰমণ।
  • ২ জন স্থানীয় লোকক হত্যা কৰে মাও উগ্ৰপন্থীয়ে।
  • ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ বৃহৎ দল।
  • কি কাৰনত মাওবাদীয়ে এই লোক দুজনক হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in