বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ… VIDEO
- বিহাত বানৰ তাণ্ডৱ অব্যাহত।
- ধাৰাসাৰ বৃষ্টিপাত আৰু বানৰ ফলত খহি পৰিল এটা তিনি মহলাৰ বাসগৃহ।
- বিহাৰৰ সীতামাৰহিত সংঘটিত হয় এই ঘটনা।
- সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই।
চাওঁক ভিডিঅ’-
চাওঁক ভিডিঅ’-
#WATCH: A 3-storey house in Sitamarhi collapses due to incessant rainfall & flooding in the area. No casualties reported. #Bihar pic.twitter.com/pifLJwQKoK
— ANI (@ANI) July 17, 2019
শেহতীয়া লেখা