বিহাৰ নিৰ্বাচনৰ ফলাফলঃ বিজেপিয়ে ৫৩খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছৰ মাত্ৰ ১৪খন আসনত অগ্ৰগতি…

বিহাৰ নিৰ্বাচনৰ ফলাফলঃ  বিজেপিয়ে ৫৩খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছৰ মাত্ৰ ১৪খন আসনত অগ্ৰগতি…
  • বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক কৈ নিৰ্বাচনী আয়োগৰ শেহতীয়া তথ্য।
  • বহুজন সমাজপাৰ্টীয়ে আগবাঢ়ি আছে- ১খন আসনত
  • ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে- ৫৩খন আসনত
  • কংগ্ৰেছ দল আগবাঢ়ি আছে- ১৪খন আসনত
  • জনতা দল ইউনাইটেড আগবাঢ়ি আছে- ৩৯খন আসনত
  • লোকশক্তি পাৰ্টি আগবাঢ়ি আছে- ৪খন আসনত
  • ৰাষ্ট্ৰীয় জনতা দল আগবাঢ়ি আছে- ৫৪খন আসনত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in