বিহাৰৰ তিনিখন আসনৰ চূড়ান্ত ফলাফল ঘোষণা…

বিহাৰৰ তিনিখন আসনৰ চূড়ান্ত ফলাফল ঘোষণা…
  • বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ নিৰ্বাচনী আয়োগৰ শেহতীয়া তথ্য প্ৰকাশ।
  • তিনি খন আসনৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে আয়োগে।
  • এই তিনিখন আসনৰ ভিতৰত দুখন আসনত আগবাঢ়ি আছে জে ডি ইউ।
  • আৰ ডে ডি জয়ী হৈছে এখন আসনত।
  • উল্লেখ্য যে, এইবাৰৰ ফলাফল ঘোষণা কিছু পলম হব বুলি সদৰি কৰিছে নিৰ্বাচনী আয়োগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in