কোভিডত আক্ৰান্ত হৈ বিহাৰৰ মুখ্য সচিব অৰুণ কুমাৰ সিঙৰ মৃত্যু…

কোভিডত আক্ৰান্ত হৈ বিহাৰৰ মুখ্য সচিব অৰুণ কুমাৰ সিঙৰ মৃত্যু…
  • কোভিডত আক্ৰান্ত হৈ বিহাৰৰ মুখ্য সচিব অৰুণ কুমাৰ সিঙৰ মৃত্যু ।
  • কোভিড আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল সিঙ ।
  • এই বৰ্ষৰ ফেব্ৰুৱাৰীত বিহাৰৰ মুখ্য সচিবৰ দায়িত্ব গ্ৰহন কৰিছিল সিঙে ।
  • শুকুৰবাৰে মৃত্যু হয় বিষয়া গৰাকীৰ ।
  • এজন জ্যেষ্ঠ আইএএছ বিষয়া আছিল সিঙ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in