বিহাৰত উত্তপ্ত পৰিস্থিত! ভোটকেন্দ্ৰৰ সন্মুখত বিজেপি প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ… VIDEO

বিহাৰত উত্তপ্ত পৰিস্থিত! ভোটকেন্দ্ৰৰ সন্মুখত বিজেপি প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ… VIDEO
  • বিহাৰত বিজেপি প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ।
  • বিহাৰৰ পশ্চিম চম্পৰণ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জয় জেইছৱালৰ ওপৰত আক্ৰমণ।
  • ১৬২ আৰু ১৬৩নং ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত বিজেপি প্ৰাৰ্থীগৰাকীৰ ওপৰত লাঠীচালনা।
  • অৱশ্যে প্ৰাৰ্থীগৰাকীৰ আহত হোৱা নাই এই আক্ৰমণত।
  • ভোটকেন্দ্ৰৰ বাহিৰত এক উত্তেজনাময় পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in