শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...

বিহাৰ নিৰ্বাচনৰ সমান্তৰালকৈ কংগ্ৰেছে উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈয়ো ৰাখিছে সতৰ্ক দৃষ্টি..

40

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী বতাহ তুংগত আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ ভাগ্য নিৰূপনৰ বাবে নিজৰ সৰ্বস্ব শক্তি প্ৰদৰ্শন কৰিছে। বিহাৰত সকলো ৰাজনৈতিক দলে ৰাজনৈতিক সমীকৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাৰ্থীসকলক টিকট প্ৰদান কৰিছে।

কংগ্ৰেছে দলেও এই সমীকৰণবোৰৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ প্ৰাৰ্থী ঘোষণা কৰিছে, আৰু সমান্তৰালভাৱে দলটোৰ হেৰুৱা ভোটবেংক পুণৰ উদ্ধাৰৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে। এক প্ৰকাৰে, যদিও বিহাৰত এতিয়া নিৰ্বাচন চলি আছে, কংগ্ৰেছে বিহাৰৰ লগতে উত্তৰ প্ৰদেশক নিৰ্বাচন আৰু ৰাজনীতিলৈয়ো সতৰ্ক দৃষ্টি ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি