বিহাৰ নিৰ্বাচনৰ সমান্তৰালকৈ কংগ্ৰেছে উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈয়ো ৰাখিছে সতৰ্ক দৃষ্টি..

বিহাৰ নিৰ্বাচনৰ সমান্তৰালকৈ কংগ্ৰেছে উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈয়ো ৰাখিছে সতৰ্ক দৃষ্টি..

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী বতাহ তুংগত আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ ভাগ্য নিৰূপনৰ বাবে নিজৰ সৰ্বস্ব শক্তি প্ৰদৰ্শন কৰিছে। বিহাৰত সকলো ৰাজনৈতিক দলে ৰাজনৈতিক সমীকৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাৰ্থীসকলক টিকট প্ৰদান কৰিছে।

কংগ্ৰেছে দলেও এই সমীকৰণবোৰৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ প্ৰাৰ্থী ঘোষণা কৰিছে, আৰু সমান্তৰালভাৱে দলটোৰ হেৰুৱা ভোটবেংক পুণৰ উদ্ধাৰৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে। এক প্ৰকাৰে, যদিও বিহাৰত এতিয়া নিৰ্বাচন চলি আছে, কংগ্ৰেছে বিহাৰৰ লগতে উত্তৰ প্ৰদেশক নিৰ্বাচন আৰু ৰাজনীতিলৈয়ো সতৰ্ক দৃষ্টি ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in