বিহালীৰ মাদুৰালীত ভয়ংকৰ পথ দূৰ্ঘটনা, আল্ট্ৰা বাছে মহতীয়াই নিলে স্কুলীয়া ছাত্ৰক…

বিহালীৰ মাদুৰালীত ভয়ংকৰ পথ দূৰ্ঘটনা, আল্ট্ৰা বাছে মহতীয়াই নিলে স্কুলীয়া ছাত্ৰক…
  • বিহালীৰ মাদুৰালীত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়।
  • বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হোৱা শ্ৰমিক গৰ্জন কাৰ্যসূচীৰ পৰা প্ৰতিবাদকাৰীক লৈ উভতি অহা পথত স্কুলীয়া ছাত্ৰক মহতিয়াই লৈ যায় তুকতুক নামৰ আল্ট্ৰা বাছ খনে।
  • স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ লগতে গাড়িখন ভাঙি চুৰমাৰ কৰে ।
  • পৰিস্থিতি নিয়ন্ত্ৰনৰ কাৰণে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হয় ।
  • দূৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰাবাছ খনৰ নম্বৰ AS 07C 7889৷
  • দূৰ্ঘটনাটোৰ ফলত বৰ্তমানেও উতপ্ত হৈ আছে পৰিস্থিতি ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in