বিহালীত ৪ বন্ধ সমৰ্থকক আটক, VIDEO

বিহালীত ৪ বন্ধ সমৰ্থকক আটক, VIDEO
  • ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।
  • বিহালীতো বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
  • বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত।
  • প্ৰতিবাদৰ সময়তে বিহালীৰ বৰগাঙৰ পৰা আটক ৪ প্ৰতিবাদকাৰীক।
  • আটক কৰা কেইজন ক্ৰমে- বিশ্বনাথ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক টুলটুল দাস,
  • সংগঠনটোৰ সদস্য চাহিদ আলি, অনিল বনীয়া, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in