বাঘজানত আকৌ জুই…

বাঘজানত আকৌ জুই…
  • বাঘজানত আকৌ জুইৰ লেলিহান।
  • অগ্নিকাণ্ড সংঘটিত হোৱা কূপৰ পৰা প্ৰায় ২০০ মিটাৰ আতঁৰত জুই।
  • পথাৰৰ মাজত গোট খোৱা কণ্ডেনচেট তেলত অকস্মাতে জুই সংঘটিত হোৱা পৰিলক্ষিত হৈছে।
  • কি দৰে এই অগ্নিকাণ্ড সংঘটিত হব পালে এই বিষয়ে কোনো তথ্য নাই অইল ইণ্ডিয়াৰ হাতত।
  • বিধ্বংসী জুইৰ লেলিহানে পুনৰ আতংকিত কৰিছে অঞ্চলবাসীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in