শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

ভাল খবৰঃ কিনে যদি আগষ্ট মাহতে কিনক…

18,881

ডিজিটেল ডেস্কঃ আগষ্ট মাহৰ ভিতৰত আপোনাৰ স্কুটী লোৱাৰ পৰিকল্পনা আছে নেকি! যদি আছে দেৰি নকৰিব। কিয়নো বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰ’ই গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে বিশেষ ৰেহাই। এই ৰেহাইৰ সময়সীমা হৈছে ৩১ আগষ্ট।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি হিৰ’ই কেইবাটাও পৰ্যায়ত মুকলি কৰিছে এই ৰেহাই। যদি কোনো গ্ৰাহকে নিজৰ পুৰণি স্কুটী এক্সচেইঞ্জ কৰি নতুন এখন স্কুটী ক্ৰয় কৰিব খোজে তেন্তে গ্ৰাহকে অধিকতম ৪০০০ হাজাৰ টকাৰলৈকে ৰেহাই লাভ কৰিব পাৰে।

আনহাতে গ্ৰাহকে নতুন স্কুটী ক্ৰয় কৰাৰ সময়তো লাভ কৰিব বিশেষ ৰেহাই। এখন নতুন স্কুটী ক্ৰয় কৰাৰ সময়ত হিৰই প্ৰদান কৰিছে ২৫০০ টকাৰ ৰেহাই। কেৱল স্কুটীতে নহয় হিৰই বাইকতো প্ৰদান কৰিছে ১৫০০ টকাৰ বিশেষ ৰেহাই। প্ৰাপ্ত খবৰ অনুসৰি পে টি এমৰ জৰিয়তে যদি কোনো গ্ৰাহকে স্কুটী বুকিং কৰে তেন্তে তেওলোকে লাভ কৰিব ৮৫০০ টকাৰ লৈকে ৰেহাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি