শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

দুৰ্গাপূজাঃ কোন বাটে যাব, কোন বাটে নাযাব…

671
  • মহানগৰ যান-বাহন আৰক্ষীৰ ৰাজপথক লৈ নতুন নিৰ্দেশনা।
  • দুৰ্গাপূজাৰ বাবে দিয়া হৈছে এই নতুন নিৰ্দেশনা।
  • যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্রশান্ত শইকীয়াই সংবাদমেলত সদৰী কৰিলে এই কথা।
  • দুৰ্গাপূজাৰ সময়ত জৰুৰীকালীন ব্যৱস্থাৰ বাহনসমূহক এৰি দিব লাগিব বাট।
  • ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ পুৱতি নিশা ৪ বজাৰ পৰা ৭ বজালৈহে মহানগৰীত গধুৰ বাহনসমূহ প্ৰৱেশ কৰিব পাৰিব।
  • পল্টন বজাৰৰ এ কে আজাদ ৰোডত থাকিব ন’ এণ্ট্ৰী।
  • গণেশ মন্দিৰৰ পৰা গণেশগুৰিলৈ বাহনসমূহ কেৱল আহিবহে পাৰিব।
  • পাণবজাৰৰ এম এছ ৰোডত থাকিব ন’ এন্ট্ৰী।
  • ভৰলুমুখৰ পৰা শান্তিপুৰলৈ ন’ পাৰ্কিং।
  • মালিগাঁও-পাণ্ডু পথত ন’ এন্ট্ৰী থাকিব।
  • বশিষ্ঠ চাৰিআলিৰ পৰা এ জি অফিচৰ বাইলেনেৰে বাহনসমূহ চলাচল কৰিব পাৰিব।
  • আৰু অনুৰাধা পইন্টৰ পৰা হাতীগড় চাৰিআলিলৈকে হ’ব ওৱান ৱে’।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি