দুৰ্গাপূজাঃ কোন বাটে যাব, কোন বাটে নাযাব…

দুৰ্গাপূজাঃ কোন বাটে যাব, কোন বাটে নাযাব…
  • মহানগৰ যান-বাহন আৰক্ষীৰ ৰাজপথক লৈ নতুন নিৰ্দেশনা।
  • দুৰ্গাপূজাৰ বাবে দিয়া হৈছে এই নতুন নিৰ্দেশনা।
  • যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্রশান্ত শইকীয়াই সংবাদমেলত সদৰী কৰিলে এই কথা।
  • দুৰ্গাপূজাৰ সময়ত জৰুৰীকালীন ব্যৱস্থাৰ বাহনসমূহক এৰি দিব লাগিব বাট।
  • ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ পুৱতি নিশা ৪ বজাৰ পৰা ৭ বজালৈহে মহানগৰীত গধুৰ বাহনসমূহ প্ৰৱেশ কৰিব পাৰিব।
  • পল্টন বজাৰৰ এ কে আজাদ ৰোডত থাকিব ন' এণ্ট্ৰী।
  • গণেশ মন্দিৰৰ পৰা গণেশগুৰিলৈ বাহনসমূহ কেৱল আহিবহে পাৰিব।
  • পাণবজাৰৰ এম এছ ৰোডত থাকিব ন' এন্ট্ৰী।
  • ভৰলুমুখৰ পৰা শান্তিপুৰলৈ ন' পাৰ্কিং।
  • মালিগাঁও-পাণ্ডু পথত ন' এন্ট্ৰী থাকিব।
  • বশিষ্ঠ চাৰিআলিৰ পৰা এ জি অফিচৰ বাইলেনেৰে বাহনসমূহ চলাচল কৰিব পাৰিব।
  • আৰু অনুৰাধা পইন্টৰ পৰা হাতীগড় চাৰিআলিলৈকে হ'ব ওৱান ৱে'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in