শেহতীয়া খবৰ
গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন...  •  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...

সুধাকণ্ঠই ১০ বছৰ বয়সতে প্ৰথম বাণীবদ্ধ কৰা গীতটি, চাওঁক VIDEO

1,827

ডিজিটেল  ডেস্কঃ সুধাকণ্ঠৰ এটা গীত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ‘কোন কলীয়াই যমুনা পাৰতে বজাই’ শীৰ্ষক এই গীতটো ভূপেন হাজৰিকাই গাইছিল ১০ বছৰ বয়সতে। ১৯২৬চনৰ ৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাই প্ৰথম বাণীবদ্ধ কৰা গীত আছিল এইটো। তেতিয়া ভূপেন হাজৰিকাৰ বয়স আছিল মাত্ৰ ১০ বছৰ।

ধ্ৰুৱজ্যোতি ডেকা নামৰ এজন লোকে সংগ্ৰহ কৰি ৰাখিছিল এই গীতটি। শিশু ভূপেন হাজৰিকাৰ এই গীতটিয়ে এতিয়া তেওঁৰ গুণমুগ্ধৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। সেই কালজয়ী আৰু দুষ্প্ৰাপ্য গীতটিৰ বাণীবদ্ধ অংশ এয়া-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি