যোৰহাটত ভোগদৈৰ বানে ছিঙিলে মথাউৰি, ভয়ংকৰ পৰিৱেশৰ সৃষ্টি, VIDEO

যোৰহাটত ভোগদৈৰ বানে ছিঙিলে মথাউৰি, ভয়ংকৰ পৰিৱেশৰ সৃষ্টি, VIDEO
  • যোৰহাটত ভোগদৈৰ বানে ছিঙিলে মথাউৰি।
  • পশ্চিম যোৰহাটৰ বৃহৎ এলেকাত হাহাকাৰ পৰিস্থিতি।
  • মালৌৰ সমীপত শালমৰা মথাউৰি ছিঙে ভোগদৈৰ কোবাল সোতে।
  • ৪০ খনৰো অধিক গাঁও প্লাবিত হোৱাৰ আশংকা।
  • বানৰ বাবে সৃষ্টি হৈছে ভয়াবহ পৰিস্থিতিৰ।
  • বহু অঞ্চলত পথৰ ওপৰেৰে বাগৰিছে পানী।
  • সমগ্ৰ পশ্চিম যোৰহাট আৰু দেৰগাওলৈ ভাবুকি অহা দেকিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in