শেহতীয়া খবৰ
শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...  •  ২১ বছৰতে ন্যায়াধীশৰ বাচনিত উত্তীৰ্ণহৈ ৰাজস্থানৰ শিক্ষাৰ্থীৰ অভিলেখ...  •  মঙলদৈৰ সৰুঠেকেৰাবাৰীত এল্ট’ৰ খুন্দাত নিহত এজন...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ...  •  পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী  •  যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা  •  ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান  •  যিয়ে আমাৰ বিধায়কক ভাবুকি প্ৰদান কৰে, তাৰ মূৰ আৰু ভৰি ভাঙিমঃ শিৱসেনা

কংগ্ৰেছো এৰিলে ভূবনেশ্বৰ কলিতাই

1,709
  • ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদতাগ কৰাৰ পিছতে এইবাৰ দল ত্যাগ সাংসদ ভূৱনেশ্বৰ কলিতাৰ।
  • সোমবাৰে টুইট যোগে ৰাজ্যসভাৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰিছিল সাংসদ গৰাকীয়ে।
  • তাৰ পিছতে কংগ্ৰেছ দল ত্যাগ কৰিলে কলিতাই।
  • ৰাজ্যসভাত জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে পদত্যাগ কৰিছিল কলিতাই।
  • কেইদিনমান পূৰ্বে অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল।
  • ভূৱনেশ্বৰ কলিতাৰ দৰে এজন জ্যেষ্ঠ নেতাৰ দল ত্যাগৰ পিছতে কংগ্ৰেছ দলৰ ভিতৰভাগত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি