আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ! ৫০০ টকা জৰিমনা বিহি বাইক চালকক দিলে বিনামূলীয়া হেলমেট…

আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ! ৫০০ টকা জৰিমনা বিহি বাইক চালকক দিলে বিনামূলীয়া হেলমেট…
  • ভূৱনেশ্বৰত আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ।
  • হেলমেট পৰিধান নকৰাৰ বাইক চালকক বিনামূলীয়া হেলমেট দিলে আৰক্ষীয়ে।
  • নতুন যান-বাহন আইন অনুসৰি, হেলমেট পৰিধান নকৰাৰ বাবে ৫০০ টকা জৰিমনা বিহি দিলে হেলমেট।
  • লগতে যান-বাহন আইন মনা লোকসকলে আৰক্ষীয়ে প্ৰদান কৰিলে 'থেংক ইউ' কাৰ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in