নলবাৰী নাট্য মন্দিৰত দেওবাৰে অসম সাহিত্য সভাই প্ৰদান কৰিব ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা

  • অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা।
  • দেওবাৰে এই বঁটা প্ৰদান কৰা হ'ব।
  • নলবাৰীৰ নাট্য মন্দিৰত প্ৰদান কৰা হ'ব এই বঁটা।
  • বঁটা সমূহ হৈছে নাট্য সাহিত্য বঁটা, শ্ৰেষ্ঠ নাট্য দল বঁটা, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।
  • উল্লেখ্য যে, অসম সাহিত্য সভাই জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in