শেহতীয়া খবৰ
'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প  •  গুজৰাটৰ মোটেৰা ষ্টেডিয়ামত উপস্থিত ডোনাল্ড ট্ৰাম্প আৰু মেনালীয়া ট্ৰাম্প

নলবাৰী নাট্য মন্দিৰত দেওবাৰে অসম সাহিত্য সভাই প্ৰদান কৰিব ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা

22
  • অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা।
  • দেওবাৰে এই বঁটা প্ৰদান কৰা হ’ব।
  • নলবাৰীৰ নাট্য মন্দিৰত প্ৰদান কৰা হ’ব এই বঁটা।
  • বঁটা সমূহ হৈছে নাট্য সাহিত্য বঁটা, শ্ৰেষ্ঠ নাট্য দল বঁটা, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।
  • উল্লেখ্য যে, অসম সাহিত্য সভাই জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি