সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ বাহন লৈ আঁতৰি গ’ল বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ… VIDEO

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ বাহন লৈ আঁতৰি গ’ল বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ… VIDEO
  • সাংবাদিকৰ প্রশ্নৰ উত্তৰ নিদিয়াকৈ বাহন লৈ আঁতৰি গ'ল ভুপালৰ বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ।
  • নাথুৰাম গডছেক দেশভক্ত আখ্যা দিয়াৰ পাছত বৃহস্পতিবাৰে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ'ল সাংসদগৰাকী।
  • কিন্তু সাংবাদিকৰ প্ৰশ্নত কোনো ধৰণৰ উত্তৰ বা প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে বিজেপি সাংসদগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in