বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ ভূপাল জিলা নিৰ্বাচন আয়োগৰ জাননী জাৰি

বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ ভূপাল জিলা নিৰ্বাচন আয়োগৰ জাননী জাৰি
  • ভূপাল জিলা নিৰ্বাচন আয়োগৰ বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ জাননী জাৰি।
  • অযোধ্যাক লৈ কৰা মন্তব্যৰ পিছতে জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে।
  • এদিনৰ ভিতৰত ইয়াৰ উত্তৰ দিব লাগিব সাধ্বী প্ৰজ্ঞা ঠাকুৰে।
  • উল্লেখ্য যে, সাধ্বী প্ৰজ্ঞাই এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত মন্তব্য কৰিছিল।
  • 'মই অযোধ্যাৰ নক্সাই সলনি কৰি দিছিলো।'
  • 'মই পুনৰ অযোধ্যালৈ যাম আৰু ৰাম মন্দিৰ নিৰ্মাণত সহায় কৰিম।'
  • সাধ্বী প্ৰজ্ঞাই কৰা এই মন্তব্যই অযোধ্যাৰ ইতিহাস বিকৃত কৰাৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in