শেহতীয়া খবৰ
জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...

আজি উৰুকা,ৰাজ্যৰ বজাৰত গ্ৰাহক ভিৰ…

78

ডিজিটেল ডেস্ক :বুধবাৰে উৰুকা । উৰুকাত এসাজ লগে ভাগে খোৱাৰ বাবে বজাৰত ব্যস্ত ৰাজ্যৰ জনসাধৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । ইফালে মহানগৰীৰ উজান বজাৰ,ছয়মাইল,গনেশগুৰিৰ লগতে বিভিন্ন বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ।

উজান বজাৰত মাছ কিনিবলৈ ওলাই আহিছে গ্ৰাহক । যাৰ ফলত ৰাতিপুৱাৰে পৰা উজান বজাৰত গ্ৰাহক ভিৰ পৰিলক্ষিত হৈছে । ইফালে ভোগালীক আদৰাৰ বাবে সাজু হৈ উঠিছে অসমবাসী । ৰাজ্যৰ বিভিন্ন স্থানত ভেলাঘৰ,মেজি নিৰ্মানৰ লগতে হেলিকপ্তাৰ,ৰংঘৰ, দিল্লীৰ যন্তৰ-মন্তৰ নিৰ্মান কৰি উলিয়াইছে স্থানীয় ৰাইজ সকলে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি