উলহ-মালহেৰে ৰাজ্যজুৰি ভোগালী বিহু উদযাপন…

উলহ-মালহেৰে ৰাজ্যজুৰি ভোগালী বিহু উদযাপন…

ডিজিটেল ডেস্কঃ আজি ভোগৰ বিহু ভোগালী। বুধবাৰেপুৱাই ৰাজ্যবাসীয়ে অগ্নি দেৱতাৰ ওচৰত সেৱাই জনাই ৰাজ্যত শান্তি-সম্প্ৰীতি অটুটৰখাৰ বাবে প্ৰাৰ্থনা জনায়। সমাজৰ পৰা সকলো অশান্তি দূৰ কৰি অসমৰ যি এই সম্প্ৰীতিৰবান্ধোন সেয়া যেন চিৰদিনৰ বাবে সুদৃঢ় হয় তাৰ বাবে সকলোৱে সংকল্প লৈ উলহ-মালহেৰেউদযাপন কৰিছে ভোগালী বিহু।

পুৱাই মেজিস্থলীত জ্যেষ্ঠজনক সেৱা জনাই সকলোৱে একেলগে ল'লেজলপানৰ জুতি। ইফালে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাও কৰিলে মেজিস্থলীতেই। ৰাজ্যৰবিভিন্ন প্ৰান্তত পুৱা এই জাতিধ্বংসী আইনখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্তকৰা দেখা গ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in