শেহতীয়া খবৰ
ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...

এনএলএফবিৰ ডেজিগনেটেড শিবিৰত ভোগালীৰ আনন্দ…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ এন এল এফবিৰ যুঁদ্ববিৰতিৰত ডেজিগনেটেড কেম্পত দোমাহী -ভোগালী উদযাপন ৷ সামৰিক পোছাক পৰিহিত এনএলএফবি নেতা কেডাৰে ভাগ ললে দোমাহীআৰু ভোগালীৰ নৃত্য-গীত পৰিৱেশনত ৷ শনিবাৰে কোকৰাঝাৰ চহৰৰ গৌৰাং নৈৰ দাঁতিত অৱস্থিত এনএলএফবিৰ ডেজিগনেটেড শিৱিৰত দোমাহী আৰু ভোগালীৰ উৎসাহ দেখা যায় ৷ ডিঙিত ফুলাম আৰ’ণাই লৈ ভোগালীৰ বতৰত এপাক নাচিলে এনএলএফবিৰ নেতা -কেডাৰে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি