শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ভাৰতী সিং আৰু হৰ্ষ লিমবাচিয়াক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ…

50

ডিজিটেল ডেস্ক : ড্ৰাগছৰ গোচৰত অভিযুক্ত কৌতুক শিল্পী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিমবাচিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ঘৰৰ পৰা গাঞ্জা উদ্ধাৰ কৰা সম্পৰ্কত ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষক দেওবাৰে মুম্বাইৰ আদালতত হাজিৰ কৰোৱা হয় ।

আদালতে ৪ ডিচেম্বৰলৈকে ভাৰতী আৰু তেওঁৰ স্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মুম্বাই আদালতে । হৰ্ষ লিনবাচিয়াক এনচিবিয়ে ১৫ ঘন্টা জেৰাৰ কৰাৰ পিছত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী গৰাকীক ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি