মঙলবাৰে বিজেপিৰ সংসদীয় দলৰ বৈঠক…

মঙলবাৰে বিজেপিৰ সংসদীয় দলৰ বৈঠক…
  • মঙলবাৰে বিজেপিৰ সংসদীয় দলৰ বৈঠক।
  • লোকসভাৰ পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব বৈঠক।
  • বৈঠকত উপস্থিত হৈছেহি বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডা।
  • অৰ্জুন ৰাম মেঘৱালো উপস্থিত হৈছেহি বৈঠকত।
  • কিছু সময়ৰ পিছতে বৈঠক আৰম্ভ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in