শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

চুলতান আজলান শ্বাহ কাপ হকী প্ৰতিযোগিতা, আজি ভাৰত বনাম মালয়েছিয়া…

194
  • চুলতান আজলান শ্বাহ কাপ হকী প্ৰতিযোগিতাত আজি ভাৰত মুখামুখি হ’ব আয়োজক মালয়েছিয়াৰ সৈতে।
  • প্ৰথমখন খেলত ভাৰতে পৰাস্ত কৰিছিল জাপানক।
  • দ্বিতীয়খন খেলত দক্ষিণ কোৰিয়াৰ সৈতে ড্ৰ’ খেলিছিল ভাৰতে।
  • জয়ৰ লক্ষ্যৰে আজি তৃতীয়খন মেচত নামিব ভাৰতীয় দলটো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি