শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

ছলমানৰ ‘ভাৰত’ শনিবাৰে প্ৰৱেশ কৰিব ১০০ কোটিৰ ক্লাৱত…

261

ডিজিটেল ডেস্কঃ ছবিঘৰত ছলমানৰ ছবি ভাৰতলৈ দৰ্শকে আগবঢ়াইছে অভূতপূৰ্ব সহাঁৰি। মুক্তিৰ প্ৰথমদিনাই ছবিখনে কেৱল ভাৰততে উৰ্পাজন কৰিছিল ৪২.৩০ কোটি টকা। দ্বিতীয় দিনা ৩১ কোটি টকা আৰু তৃতীয় দিনাচ অথাৎ যোৱা শুকুৰবাৰে ছবিখনে উপাৰ্জন কৰে ২৫ কোটি টকা। মুক্তিৰ ৩ দিনৰ অন্তত ছবিখনে কেৱল ভাৰততে উপাৰ্জন কৰিলে প্ৰায় ৯৬ কোটি টকা।

ছবিখনলৈ দৰ্শকে দিয়া সহাঁৰিলৈ চাই শনিবাৰে যে ছবিখনে ১০০ কোটিৰ ক্লাৱত অন্তভূক্ত হ’ব সেয়া নিশ্চিত। উল্লেখ্য যে, প্ৰায় ১০০ কোটি টকাৰ বাজেটৰ পৰিচালক আলী আব্বাছ জফৰৰ এই ছবিখন ৭০ খন দেশৰ ১৩০০ খন স্কীণত মুক্তি দিয়া হৈছিল। ছবিখনত কেটৰীণা আৰু দীশা পাটানীৰ দমদাৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি