হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSFৰ গুলীত এজন নিহত…

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSFৰ গুলীত এজন নিহত…
  • হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তত গুলীচালনা।
  • নিহত এজন গৰু সৰহবৰাহকাৰী।
  • বি এছ এফৰ গুলীত নিহত হোৱাৰ আশংকা।
  • সীমান্তৰ কানাইমাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
  • মৃত গৰু সৰহবৰাহকাৰী জনৰ নাম আছাফুল বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in