শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

চলাপাৰাৰ পাছত ভৰলুত আৰক্ষীৰ অভিযানত ড্ৰাগছ আৰু যথেষ্ট সংখ্যক নগদ ধন উদ্ধাৰ…

332
  • ভৰলুত ক্ৰাইম ব্ৰান্স আৰু মহানগৰ আৰক্ষীৰ অভিযান।
  • অভিযানত উদ্ধাৰ হৈছে ড্ৰাগছ আৰু যথেষ্ট পৰিমাণৰ ধন।
  • চলাপাৰৰ পাছত আৰক্ষী-ক্ৰাইম ব্ৰান্সৰ এই ধাৰাবাহিক অভিযান ।
  • মুঠ দুজনক আটক কৰিছে আৰক্ষীয়ে।
  • ভৰলু ৬ নং গেটত চলোৱা এই অভিযানত আছাদুল হক আৰু জে খাটুন নামৰ দুজনক আটক।
ক্ৰাইম ব্ৰান্সৰ অভিযানত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন, জব্দ আ-অলংকাৰ
  • এতিয়াও চলি আছে অভিযান।
  • উল্লেখযোগ্য যে ছলাপাৰাত মঙ্গলবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হৈছিল ৭৩ লাখ ৭০ হাজাৰ ২শ টকা।
  • এগৰাকী মণিপুৰৰ মহিলাকে ধৰি আটক কৰিছিল তিনজনক।
  • তাৰ পাছত এই অভিযান ভৰলুত মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি