চলাপাৰাৰ পাছত ভৰলুত আৰক্ষীৰ অভিযানত ড্ৰাগছ আৰু যথেষ্ট সংখ্যক নগদ ধন উদ্ধাৰ…

চলাপাৰাৰ পাছত ভৰলুত আৰক্ষীৰ অভিযানত ড্ৰাগছ আৰু যথেষ্ট সংখ্যক নগদ ধন উদ্ধাৰ…
  • ভৰলুত ক্ৰাইম ব্ৰান্স আৰু মহানগৰ আৰক্ষীৰ অভিযান।
  • অভিযানত উদ্ধাৰ হৈছে ড্ৰাগছ আৰু যথেষ্ট পৰিমাণৰ ধন।
  • চলাপাৰৰ পাছত আৰক্ষী-ক্ৰাইম ব্ৰান্সৰ এই ধাৰাবাহিক অভিযান ।
  • মুঠ দুজনক আটক কৰিছে আৰক্ষীয়ে।
  • ভৰলু ৬ নং গেটত চলোৱা এই অভিযানত আছাদুল হক আৰু জে খাটুন নামৰ দুজনক আটক।
ক্ৰাইম ব্ৰান্সৰ অভিযানত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন, জব্দ আ-অলংকাৰ
  • এতিয়াও চলি আছে অভিযান।
  • উল্লেখযোগ্য যে ছলাপাৰাত মঙ্গলবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হৈছিল ৭৩ লাখ ৭০ হাজাৰ ২শ টকা।
  • এগৰাকী মণিপুৰৰ মহিলাকে ধৰি আটক কৰিছিল তিনজনক।
  • তাৰ পাছত এই অভিযান ভৰলুত মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in