পুনৰ মহানগৰীত ভয়ংকৰ ঘটনাঃ ভঙাগড়ত এজন যুৱকক চোকা অস্ত্ৰৰে প্ৰহাৰ দুৰ্বৃত্তৰ…

পুনৰ মহানগৰীত ভয়ংকৰ ঘটনাঃ ভঙাগড়ত এজন যুৱকক চোকা অস্ত্ৰৰে প্ৰহাৰ দুৰ্বৃত্তৰ…
  • মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা।
  • মহানগৰীৰ ভঙাগড়ত সংঘটিত ভয়ংকৰ ঘটনা।
  • চোকা অস্ত্ৰৰে দুৰ্বৃত্তই আক্ৰমণ কৰিলে এজন লোকক।
  • বিশাল ৰয় নামৰ যুৱক এজনক কৰা হৈছে আক্ৰমণ।
  • মঙলবাৰে বৰ্ষাপাৰাৰ সমীপতো সংঘটিত হৈছিল গুলীবৰ্ষণৰ ঘটনা।
  • দিনকদিনে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে অপৰাধৰ হাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in