শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

কলাইগাঁও যুৱ সমাজৰ উদ্যোগত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

138

ডিজিটেল সংবাদ, মঙলদৈঃ অহা ২২ ফ্ৰেব্ৰুৱাৰীত কলাইগাঁও যুৱ সমাজৰ উদ্যোগত এখনি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ এই খেলত এএছইবি গুৱাহাটী ভলীবল দল, অসম পুলিচ দল, দেৰগাঁও দল, ৰেঙনি ভলীবল দলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও ভলীবল দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

প্ৰয়াত লক্ষী হাজৰিকা আৰু কানাইলাল সৰকাৰ সোঁৱৰণি এই ভলীবল প্ৰতিযোগিতাত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে যুৱ সমাজ কলাইগাঁও-এ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি