বাঁহৰ সামগ্ৰী নিৰ্মাণেৰে স্বনিৰ্ভৰশীল হৈছে ভগামুখৰ প্ৰাঞ্জল… VIDEO

বাঁহৰ সামগ্ৰী নিৰ্মাণেৰে স্বনিৰ্ভৰশীল হৈছে ভগামুখৰ প্ৰাঞ্জল… VIDEO

ডিজিটেল সংবাদ, আমগুৰিঃ বাঁহৰ সামগ্ৰী নিৰ্মাণেৰে স্বনিৰ্ভৰশীলহৈ পৰিছে ভগামুখৰ প্ৰাঞ্জল নামৰ এজন যুৱক। নিজৰ লগতে আন ১০ জনকো দিছে স্বনিয়োজনৰ সুবিধা। প্ৰাঞ্জলে বাঁহ বেটেৰে তৈয়াৰ কৰে বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰী ।

যুৱকজনে তৈয়াৰ কৰা চোফা, বিচনা, পৰ্দা, ডাইনিং টেবুল চকী আদি সামগ্ৰী ৰাজ্যৰ লগতে বহিঃৰাজ্যতো সমাদৰ লাভ কৰে। ৮ৰ পৰা ২৭ হাজাৰ টকাত বিক্ৰী হয় যুৱকজনে তৈয়াৰ কৰা চোফা। নৰ্থ ইষ্ট বেম্ব' আৰ্ট এণ্ড কাফ্টৰ জৰিয়তে এই সামগ্ৰী সমূহ দিল্লী বেংলৰ, কলকাতা, বিহাৰ আদি ৰাজ্যলৈ বিক্ৰীৰ বাৱে ৰপ্তানি কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in