বাদোহীৰ কাৰ্পেট ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, থিতাতে নিহত ১০ জন…

বাদোহীৰ কাৰ্পেট ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, থিতাতে নিহত ১০ জন…
  • উত্তৰপ্ৰদেশৰ বাদোহীত ভয়ংকৰ বিস্ফোৰণ।
  • এটা অট্টালিকাৰ দ্বিতীয় মহলাত বিস্ফোৰণ।
  • বিস্ফোৰণত থিতাতে নিহত ১০জনকৈ লোক।
  • বিস্ফোৰণস্থলীত উপস্থিত হৈ আৰক্ষীয়ে কয়-
  • 'অট্টালিকাটো এটা কাৰ্পেট নিৰ্মাণৰ ফেক্টৰী।'
  • 'ফেক্টৰীটোত অবৈধভাৱে ফটকা-আতচবাজী প্ৰস্তুত কৰা বুলি আমি খবৰ লাভ কৰিছো।'
  • বিস্ফোৰণস্থলীত উপস্থিত উদ্ধাৰকাৰী দল।
  • বহু লোক আহত হৈছে এই বিস্ফোৰণত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in