শেহতীয়া খবৰ
স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  স্পেনিছ গাৰ্ডেনলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হাতীগাঁৱত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম দিৱস পালন

128

ডিজিটেল ডেস্কঃ হাতীগাঁওস্থিত বৰ্ণমালা প্ৰি-প্ৰাইমেৰী বিদ্যালয়ত পদ্মশ্ৰী, সাহিত্য অকাডেমী বঁটাৰে সন্মানিত শিশুপ্ৰাণ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম দিৱস পালন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে চাৰ্ভেৰ ‘আৰোহন’লৈ গৈ ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘আৰোহন’ৰ চৌহদত বৰেণ্য ব্যক্তিগৰাকীৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তিও উন্মোচন কৰা হয়। এই অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট লোকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলো উপস্থিত থাকে। তেখেতৰ প্ৰতিমূৰ্তি উন্মোচনৰ লগে লগে ‘আৰোহন’ পৰিয়ালৰ এটা দীৰ্ঘদিনীয়া সপোন পুৰণ হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি