বিশিষ্ট শিক্ষাবিদ ভৱেন পেগুৰ মৃত্যু

বিশিষ্ট শিক্ষাবিদ ভৱেন পেগুৰ মৃত্যু
  • ধেমাজিৰ বিশিষ্ট শিক্ষাবিদ ভৱেন পেগুৰ মৃত্যু।
  • পুৱতি নিশা চিকিৎসালয়ত মৃত্যু হয় শিক্ষাবিদজনৰ।
  • ধেমাজি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আছিল পেগু।
  • শিক্ষা ক্ষেত্ৰৰ লগতে আছিল সাহিত্য ক্ষেত্ৰতো যথেষ্ট বৰঙণি।
  • তেখেতৰ এখন উল্লেখযোগ্য উপন্যাস আছিল 'জীয়াধলৰ চকুলো মচিব কোনে'।
  • শিক্ষাবিদজনৰ মৃত্যুত দল-সংগঠনৰ শোক ব্যক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in