মহানগৰীৰ বেতকুছিত গুৱাহাটী পৌৰ নিগমৰ অভিযান…

মহানগৰীৰ বেতকুছিত গুৱাহাটী পৌৰ নিগমৰ অভিযান…
  • মহানগৰীৰ বেতকুছিত জিএমচিৰ অভিযান।
  • মনোজ আগৰৱালা নেতৃত্বাধীন ৰাজস্থান লাইম উদ্যোগত অভিযান চলাই জিএমচিয়ে।
  • প্রতিষ্ঠানটোৰ বিৰুদ্ধে ট্রেড লাইচেন্স নোহোৱাকৈ ব্যৱসায় চলোৱাৰ অভিযোগ।
  • প্রতিষ্ঠানটোক ৪ লাখ ৫০ হাজাৰ টকাৰ জৰিমনা বিহে গুৱাহাটী পৌৰ নিগমে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in