বাংগালুৰুত দুখন বিমানৰ মাজত সংঘৰ্ষ

বাংগালুৰুত দুখন বিমানৰ মাজত সংঘৰ্ষ
  • বাংগালুৰুত অঘটন।
  • এয়াৰ শ্ব'ৰ সময়ত সংঘটিত হয় অঘটন।
  • দুখন সূৰ্য কিৰণ বিমানৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে ২ পাইলট।
  • য়েলাহাংকা চহৰ এলেকাত অনুষ্ঠিত হৈছিল বিমান অনুশীলন।
  • এৰ'ইণ্ডিয়া২০১৯ৰ বাবে অনুশীলন চলাইছিল বিমান কেইখনে।
  • বিমান সংঘৰ্ষৰ ফলত সমগ্ৰ অঞ্চল আগুৰি ধৰিছে ক'লা ধোঁৱাই।
  • ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।
  • এজন অসাময়িক লোক আহত হোৱা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in