বাংগালুৰুত কেনেদৰে সংঘটিত হৈছিল দুই বিমানৰ মাজত সংঘৰ্ষ, চাওক VIDEO

বাংগালুৰুত কেনেদৰে সংঘটিত হৈছিল দুই বিমানৰ মাজত সংঘৰ্ষ, চাওক VIDEO
  • বাংগালুৰুত এয়াৰ শ্ব'ৰ সময়ত সংঘটিত অঘটন।
  • দুখন সূৰ্য কিৰণ বিমানৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।
  • দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে ২ পাইলট।
  • ইফালে আহত হৈছে এজন অসাময়িক লোক।
  • এৰ'ইণ্ডিয়া২০১৯ৰ বাবে অনুশীলন চলাইছিল বিমান কেইখনে।
  • সেই সময়তে সংঘটিত হয় অঘটন।
  • য়েলাহাংকা চহৰ এলেকাত অনুষ্ঠিত হৈছিল বিমান অনুশীলন।
  • চাওক কেনেদৰে সংঘটিত হৈছিল সেই দুৰ্ঘটনা-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in