পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী

পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী
  • পশ্চিম বংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল জনসভা সম্বোধন ।
  • কলকাতাৰ বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয় এই জনসভা ।
  • পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে বুলি মন্তব্য কৰে মোডীয়ে ।
  • বংগৰ বিকাশৰ আশ্বাস দিবলৈ মই ইয়ালৈ আহিছো জনসভা এই মন্তব্য প্ৰধানমন্ত্ৰী গৰাকীৰ ।
  • বংগত বৃদ্ধি কৰা হ'ব বিনিয়োগ : নৰেন্দ্ৰ মোডী ।
  • বংগৰ সংস্কৃতিৰ সুৰক্ষা আৰু পৰিৱৰ্তন আনিব বুলি আশ্বাস প্ৰদান কৰে মোডীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in