পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষ কোভিড পজিটিভ…

পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষ কোভিড পজিটিভ…
  • পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষ কোৰোনাত আক্ৰান্ত।
  • কোৰোনা পজিটিভ ধৰা পৰাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰা হয় ঘোষক।
  • বৰ্তমান তেওঁৰ চিকিৎসা চলাই থকা বুলি সদৰী কৰিছে চিকিৎসকে।
  • লগতে চিকিৎসকে জনাই যে, তেওঁৰ অক্সিজেনৰ স্তৰ সামান্য গতিকে চিন্তাৰ কাৰণ নাই।
  • উল্লেখ্য যে, যোৱা দুদিনমানৰ পৰা অসুস্থ হৈ আছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in